আছুৰ আহ্বানত গহপুৰত চৰকাৰৰ নীতিৰ বিৰোদ্ধে ছাত্ৰ-ছাত্ৰীৰ বিক্ষোভ সমদল।

আজি গহপুৰ মহকুমা ছাত্ৰ সন্থাই শৈক্ষিক সমস্যাৰ সমাধান, দীনদয়াল উপাধ্যায়ৰ নামত মহাবিদ্যালয় প্ৰতিষ্ঠা, অনাঅসমীয়া বহিৰাগতক অসমীয়া মাধ্যমত নিযুক্তি আৰু ইংৰাজী মাধ্যমৰ আদৰ্শ বিদ্যালয় প্ৰতিষ্ঠাৰ বিৰোদ্ধে  পাঁচ সহস্ৰাধিক ছাত্ৰ-ছাত্ৰীৰ সহযোগত গহপুৰত বিক্ষোভ সমদল উলিয়াই চলিত চৰকাৰৰ নীতিৰ বিৰোদ্ধে জেহাদ ঘোষণা কৰে ।

Leave a Reply

Your email address will not be published. Required fields are marked *