গহপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ৬৪তম বিদ্যালয় সপ্তাহৰ বাৰেৰহনীয়া সাংস্কৃতিক শুভাযাত্ৰা

বাৰেৰহনীয়া সংস্কৃতিৰে বিশ্বৰ দৰবাৰত অসমে সদায় এক সূকীয়া স্থান দখল কৰি আহিছে । আনহাতে এই সংস্কৃতিয়েই অসমত অনৈক্যৰ মাজতো ঐকতাক প্ৰতিষ্ঠা কৰি আহিছে । তাৰ নিদৰ্শণ দাঙি ধৰি গহপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ-ছত্ৰীসকলে শিক্ষক-শিক্ষয়ত্ৰীসকলৰ সহযোগত গহপুৰ নগৰৰ ৰাজপথত ৬৪তম বিদ্যালয় সপ্তাহৰ বাৰেৰহনীয়া সাংস্কৃতিক শুভাযাত্ৰা প্ৰদৰ্শন কৰিলে । ছাত্ৰ-ছাত্ৰী তথা শিক্ষক-শিক্ষয়ত্ৰীসকলৰ এই প্ৰচেষ্ঠাক শলাগ ল’লে গহপুৰীয়াই ।

Leave a Reply

Your email address will not be published. Required fields are marked *